पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পৰশ্রীকাতৰতা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পৰশ্রীকাতৰতা   বিশেষ্য

अर्थ : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট

उदाहरणे : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে

समानार्थी : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, খিয়াল, বিদ্বেষ, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা

अर्थ : ঈর্ষাৰে পূর্ণ ্ হোৱাৰ অৱস্থা বা ভাব

उदाहरणे : ঈর্ষাপৰায়ণতাৰ কাৰণে মোহনে নিজৰ ধনী ভায়েকৰ ঘৰত জুই লগাই দিলে

समानार्थी : ঈর্ষাকাতৰতা, ঈর্ষানল, ঈর্ষাপৰায়ণতা, চকু পোৰা স্বভাৱ, দ্বেষপূর্ণ্্তা, পৰহিংসা, বিদ্বেষপৰায়ণতা

चौपाल