पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পৰমেশ্বৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পৰমেশ্বৰ   বিশেষ্য

अर्थ : ধর্ম ্ গ্রন্থৰ দ্বাৰা স্বীকৃত এক সর্ব্বোচ্চ সত্তা, যি সৃষ্টিৰ গৰাকী

उदाहरणे : ভগৱান সকলোতে আছে ঈশ্বৰ সর্বমংগলময়

समानार्थी : ইচ্ছাময়, ঈশ্বৰ, ওপৰৰজনা, কৰুণাময়, চিন্তামণি, জগজীউ, জগজীৱ, জগতস্রষ্টা, জগদীশ, জগদীশ্বৰ, জগৎপতি, জগৎপিতা, ত্রিজগতপতি, ত্রিলোকপতি, দয়াময়, ধাতা, নিয়ন্তা, নিৰাকাৰ, নেদেখাজনা, প্রভু, পৰমপিতা, পৰমব্রহ্ম, পৰমাত্মা, পৰমানন্দ, পৰাৎপৰ, বিধাতা, বিধাতাপুৰুষ, বিভু, ভগৱান, ভবেশ, ভুৱনেশ্বৰ, মংগলময়, সৃষ্টি্কর্তা, ্অন্তর্যামী, ্জগৎকর্তা, ্সনাতন, ্সর্বমঙ্গলময়

चौपाल