अर्थ : যাক আমি আপোন বুলি ভাবিব নোৱাৰোঁ
उदाहरणे :
নিস্বার্থ সেৱকে আপোন আৰু পৰৰ মাজত ভেদ সৃষ্টি নকৰে
समानार्थी : অনাত্মীয়
अर्थ : যি আপোন নহয়
उदाहरणे :
পৰক আপোন বুলি ভবাৰ বাবেই আমি মায়াৰ পাশত আৱদ্ধ হওঁ হিন্দু দর্শনে জগতখনক পৰ বুলি কৈছে
समानार्थी : আনাত্মীয়