सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নাৰীৰ স্তনদেশ
उदाहरणे : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
समानार्थी : কুচকুম্ভ, গাখীৰ, দুদু, পিয়াহ, পয়োধৰ, স্তন
अर्थ : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ
उदाहरणे : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি
समानार्थी : ওহাৰ, কুচকুম্ভ, পিয়াহ, পয়োধৰ, বাত, স্তন
स्थापित करा