पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পয়োধৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পয়োধৰ   বিশেষ্য

अर्थ : নাৰীৰ স্তনদেশ

उदाहरणे : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে

समानार्थी : কুচকুম্ভ, গাখীৰ, দুদু, পিয়াহ, পয়োভাৰ, স্তন

अर्थ : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ

उदाहरणे : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি

समानार्थी : ওহাৰ, কুচকুম্ভ, পিয়াহ, পয়োভাৰ, বাত, স্তন

अर्थ : নাৰীৰ দুগ্ধ উৎপাদক অংগ দুটাৰ প্রতিটো

उदाहरणे : এটা কণমানি লʼৰাই এগৰাকী তৰুণীৰ স্তন পান কৰি আছিল

समानार्थी : পিয়াহ, স্তন

चौपाल