अर्थ : কোনো ৰাস্তা আদিৰ সেই পাৰ যʼৰ পৰা মানুহ কোনো দিশে যাব পাৰি
उदाहरणे :
প্রৱেশ দ্বাৰত ঘূৰোতেই মই মহেশক লগ পালোঁ
अर्थ : যিখন দুৱাৰেদি ঘৰ আদিত প্রৱেশ কৰা হয়
उदाहरणे :
তেওঁ প্রৱেশদ্বাৰত থিয় হৈ আগন্তুকক স্বাগত সম্ভাষণ জনায় আছিল
समानार्थी : প্রৱেশ পথ, প্রৱেশদ্বাৰ
अर्थ : কোনো ভৱন বা ঘেৰা আদিৰ সকলোতকৈ আগৰ বা বাহিৰৰ দুৱাৰ
उदाहरणे :
দুর্গটোৰ এইখন মুখ্যদ্বাৰ
समानार्थी : মুখ্য দুৱাৰ, মুখ্যদ্বাৰ