सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজন পুৰুষে প্রেম কৰে
उदाहरणे : মীতাই প্রেমিকৰ লগত পলাই গʼল
समानार्थी : দয়িত, প্রণয়াস্পদ, প্রেমপাত্র, প্রেমাস্পদ, প্রেমিক, প্রেমী, প্রেয়
अर्थ : ৰুচিৰ অনুকূল বা ভাল লগা
उदाहरणे : এইয়া মোৰ পচন্দৰ খাদ্য
समानार्थी : পচন্দৰ, ভাল লগা-, মনঃপুত, মনপচন্দ, মনোমত, ৰুচিকৰ
अर्थ : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
उदाहरणे : এইখন মোৰ অতি প্রিয় গ্রন্থ
समानार्थी : অভিৰুচি, পছন্দ, ভাল লগা, ৰুচি
स्थापित करा