सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো সময় বা ঘটনা আদিৰ আৰম্ভণিৰ সময়
उदाहरणे : তেওঁ অনুষ্ঠানটোৰ প্রাৰম্ভিক প্রস্তুতিৰ কামত লাগি আছে
समानार्थी : আৰম্ভিক, প্রাথমিক
अर्थ : যাৰ আৰম্ভ হৈছে বা যি চলি আছে
उदाहरणे : কিছুমান অসুবিধাৰ কাৰণে আৰম্ভ কৰা কামটো মাজতে বন্ধ কৰিব লগা হʼল
समानार्थी : আৰম্ভ কৰা-, আৰম্ভক, আৰম্ভকাৰী, আৰম্ভণী, আৰম্ভণীয়
स्थापित करा