सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শিল, বালি, ইটা, কাঠ আদিৰে নি্র্মাণ কৰা স্থাপত্য বিশেষ
उदाहरणे : এই ভৱনটো নি্র্মাণ কৰোতে তিনিবছৰ লাগিছে
समानार्थी : অট্টালিকা, ইমাৰত, কাৰেং, দালান, বাস্তু, ভৱন, মহল, সৌধ, হাউলি, হাবেলি
अर्थ : ডাঙৰ আৰু আটকধুনীয়া ঘৰ
उदाहरणे : ডাঙৰ-ডাঙৰ মহাজনে নিজৰ কাৰণে অট্টালিকা নি্র্মাণ কৰি লয়
समानार्थी : অট্টালিকা
स्थापित करा