सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দীঘল আৰু বহল সমতল ভূমি
उदाहरणे : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে
समानार्थी : ক্ষেত্র, পথাৰ, প্রাঙ্গণ, প্রাঙ্গন, ময়দান
अर्थ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
उदाहरणे : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
समानार्थी : দেশ, প্রদেশ, ৰাজ্য
अर्थ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
उदाहरणे : এই কাঁহীখনৰ কাণটো বৰ পাতল
समानार्थी : কাণ, কাষ, কিনাৰ, মূৰ
स्थापित करा