अर्थ : কোনো ব্যক্তিয়ে বা ব্যক্তিৰ দ্বাৰা আন ব্যক্তিক তৎক্ষণাত আক্রমণ কৰি মাৰি পেলোৱা........
उदाहरणे :
ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়েই তেওঁক হত্যা কৰিলে
समानार्थी : খুন, নিধন, প্রাণ লোৱা, প্রাণ-সংহাৰ, প্রাণে মৰা, বধ, বিনাশ, মাৰণ, মৰা-, শেষ, সংহাৰ, হত্যা, হনন