पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील প্রাণ লোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

প্রাণ লোৱা   বিশেষ্য

अर्थ : কোনো ব্যক্তিয়ে বা ব্যক্তিৰ দ্বাৰা আন ব্যক্তিক তৎক্ষণাত আক্রমণ কৰি মাৰি পেলোৱা........

उदाहरणे : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়েই তেওঁক হত্যা কৰিলে

समानार्थी : খুন, নিধন, প্রাণ-সংহাৰ, প্রাণনাশ, প্রাণে মৰা, বধ, বিনাশ, মাৰণ, মৰা-, শেষ, সংহাৰ, হত্যা, হনন

প্রাণ লোৱা   ক্ৰিয়া

अर्थ : জীৱনৰ অন্ত পেলোৱা কার্য

उदाहरणे : সন্ত্রাসবাদীয়ে পাঁচজন লোকক মাৰিলে

समानार्थी : জীৱন লোৱা, প্রাণ বায়ু উৰোৱা, বধ কৰা, মৰা, সংহাৰ কৰা, হত্যা কৰা, হনন কৰা

चौपाल