सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দীঘল আৰু বহল সমতল ভূমি
उदाहरणे : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে
समानार्थी : ক্ষেত্র, পথাৰ, প্রাঙ্গন, প্রান্তৰ, ময়দান
अर्थ : লʼৰা-ছোৱালী, খেলুৱৈ আদিয়ে খেলা পথাৰ
उदाहरणे : আমাৰ বিদ্যালয়ৰ খেল-পথাৰখন বহুত ডাঙৰ
समानार्थी : ক্রীড়াঙ্গন, খেল-পথাৰ
स्थापित करा