सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোৱা আৰু লিখাত ব্যৱহাৰ কৰা একধৰণৰ প্রাচীন ভাষা
उदाहरणे : কিছুমান লোকে হিন্দীৰ উৎপত্তি প্রাকৃতৰ পৰা হোৱা বুলি অভিমত প্রকাশ কৰিছে
समानार्थी : প্রাকৃত ভাষা
अर्थ : স্বভাৱতে বা নিজে নিজে হোৱা
उदाहरणे : আনৰ দুখ দেখি দুখী হোৱাটো স্বাভাৱিক প্রতিক্রিয়া
समानार्थी : অকৃত্রিম, নৈসর্গিক, প্রাকৃতিক, সহজ, স্বভাৱগত, স্বভাৱজাত, স্বাভাৱিক
स्थापित करा