सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শিলৰ টুকুৰা
उदाहरणे : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
समानार्थी : অশ্ম, উপল, পাথৰ, পাষাণ, শিলগুটি, শিলাখণ্ড, শৈলখণ্ড
अर्थ : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
उदाहरणे : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
समानार्थी : পাথৰ, শিল, শিলাখণ্ড
अर्थ : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে
उदाहरणे :
समानार्थी : অশ্ম, উপল, পাথৰ, পাষাণ, শিল, শিলা, ষ্টোন
स्थापित करा