अर्थ : কোনো বিষয় বা আলোচনা আদিৰ প্রচাৰ কৰা কার্য
उदाहरणे :
বিজ্ঞাপন প্রসাৰণৰ সঠিক মাধ্যম
अर्थ : দী্র্ঘ্্তা, প্রস্থতা আদি
उदाहरणे :
হিমালয়ৰ পৰা কন্যাকুমাৰীলৈকে ভাৰতবর্ষৰ বিস্তৃতি
समानार्थी : প্রসাৰ, পৰিকীর্ণ্্তা, পৰিব্যাপ্তি, বিসাৰ, বিস্তাৰ, বিস্তৃতি, বিয়পি থকা-, ব্যাপ্তি
अर्थ : বিস্তাৰ কৰা বা বৃদ্ধি কৰা কার্য ্বা ভাব
उदाहरणे :
বানপানীৰ প্রকোপৰ পৰা বাচিবৰ কাৰণে মথাউৰিৰ প্রসাৰণ ঘটোৱা উচিত