सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য
उदाहरणे : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে
समानार्थी : উপস্থাপন, নিৰূপণ, প্রতিপাদন
अर्थ : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা
उदाहरणे : সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে
समानार्थी : পৰীক্ষণ কৰা, পৰীক্ষা কৰা
स्थापित करा