सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শক্তি, সন্মান, ভয়, আতংক বা কোনো বিশেষ কথাৰ পৰা পোৱা প্রসিদ্ধি
उदाहरणे : এই এলেকাত ঠাকুৰ ৰণবীৰৰ প্রতিপত্তি আছে
समानार्थी : প্রতিপত্তি, প্রভূত্ব
अर्थ : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল
उदाहरणे : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে
समानार्थी : অনুৰাগ, আসক্তি, জেদ, টান, ধাউতি, প্রবৃত্তি, প্রৱণতা, মাইৰ, স্পৃহা
स्थापित करा