सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাৰোবাক আশস্ত কৰা বা আশা দিয়া কার্য
उदाहरणे : মন্ত্রী মহোদয়ৰ পৰা আশ্বাস পাই মই নিশ্চিত হʼলোঁ
समानार्थी : আশ্বাস, ভাৰসা
अर्थ : দুখী লোকক ধৈর্য ধৰিবলৈ কোৱা বা দিয়া কার্য
उदाहरणे : ঘৰত চোৰ হোৱাৰ পিছত খবৰ লʼবলৈ অহাসকলে মহাজনক সান্ত্ব্্না দি আছিল
समानार्थी : বুজনি, বুজনি-সুজনি, বুজনি-সুতনি, সান্ত্ব্্না, সুতনি, ্চেঁচনি, ্চেঁচনি-বুজনি
स्थापित करा