पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील প্রধান শিক্ষক शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

প্রধান শিক্ষক   বিশেষ্য

अर्थ : প্রধান শিক্ষকৰ পদবী

उदाहरणे : মই প্রধান শিক্ষকৰ কাৰণে সাক্ষাৎকাৰ দিবলৈ গৈ আছো

समानार्थी : প্রধান আচার্য, ্হেড মাষ্টৰ

अर्थ : যাৰ অধীনত সকলো প্রাধ্যাপক আৰু প্রাধ্যাপিকাই কাম কৰে

उदाहरणे : অধ্যক্ষই বন্তি প্রজ্বলন কৰি বার্ষিক মহোৎসৱৰ শুভাৰম্ভ কৰিলে

समानार्थी : অধ্যক্ষ

अर्थ : বিদ্যালয়ৰ গুৰিয়াল শিক্ষক

उदाहरणे : গণতন্ত্র দিৱসত আমাৰ বিদ্যালয়ৰ প্রধান শিক্ষকে পতাকা উত্তোলন কৰিছিল

समानार्थी : প্রধান অধ্যাপক, প্রধান আচার্য, মুখ্য-অধ্যাপক, হেডপণ্ডিত, হেডমাষ্টৰ

अर्थ : কোনো বিদ্যালয়ৰ শিক্ষকসকলৰ প্রধান

उदाहरणे : পণ্ডিত ৰাম মনোহৰদেৱ এই বিদ্যালয়ৰ প্রধান শিক্ষক

समानार्थी : প্রধান অধ্যাপক, প্রধান আচার্য, প্রিন্সিপাল, হেড পণ্ডিত, হেড মাষ্টৰ, ্হেডমাষ্টাৰ

चौपाल