पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील প্রদেশ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

প্রদেশ   বিশেষ্য

अर्थ : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল

उदाहरणे : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল

समानार्थी : ৰাজ্য

अर्थ : কোনো প্রদেশত বসবাস কৰা লোক

उदाहरणे : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে

समानार्थी : প্রান্ত, ৰাজ্য

अर्थ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র

उदाहरणे : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে

समानार्थी : দেশ, প্রান্তৰ, ৰাজ্য

अर्थ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে

उदाहरणे : কাশী হিন্দুসকলৰ ধর্মীয় স্থান

समानार्थी : ক্ষেত্র, জেগা, ঠাই, থল, থান, ভূমি, স্থল, স্থান

अर्थ : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???

उदाहरणे : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে

समानार्थी : ৰাজ্য

चौपाल