सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ব্যাকৰণত কোনো ধাতু বা প্রাতিপদিকৰ পিছত যোগত লগ হৈ নতুন অর্থযুক্ত শ্্ব্দ গঠন কৰা সর্গ
उदाहरणे : নমনীয়ৰ লগত তা প্রত্যয় যোগ কৰি নমনীয়তা বনোৱা হয়
अर्थ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
उदाहरणे : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
समानार्थी : আস্থা, প্রতীতি, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত
अर्थ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
उदाहरणे : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
स्थापित करा