अर्थ : যেনেকৈ আশা বা প্রত্যাশা কৰা হৈছে
उदाहरणे :
পৰীক্ষাত মই প্রত্যাশিত ফলাফল লাভ কৰিছোঁ
समानार्थी : আশানুকূল, আশানুৰূপ, আশান্বিত, প্রত্যাশিত, মনে ভবা
अर्थ : যেতিয়া কোনো বস্তু, কথা আদিৰ প্রতীক্ষা কৰা হয়
उदाहरणे :
প্রতীক্ষিত ব্যক্তি এতিয়ালৈকে নাহিল
समानार्थी : অপেক্ষিত