अर्थ : যিজনে কাৰোবাৰ প্রতীক্ষা কৰে
उदाहरणे :
প্রতীক্ষক সকলে দুঘণ্টা ধৰি নেতাজীৰ অপেক্ষা কৰিলে
समानार्थी : অপেক্ষক
अर्थ : প্রতীক্ষা কৰোতা
उदाहरणे :
প্রতীক্ষাৰত ব্যক্তিজনে এঘণ্টা আপোনাৰ প্রতীক্ষা কৰি গুচি গʼল
समानार्थी : অপেক্ষাৰত, প্রতীক্ষাৰত