सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : স্থাপন বা প্রতিষ্ঠা কৰা কার্য
उदाहरणे : চকত গান্ধীজীৰ মূর্তিক স্থাপন কৰা হʼল
समानार्थी : স্থাপন
अर्थ : খ্যাত হোৱা অৱস্থা বা ভাব
उदाहरणे : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
समानार्थी : কীর্তি, খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
अर्थ : সংস্থা বা মণ্ডলী আদি বনোৱা কার্য
उदाहरणे : বিদেশী শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবৰ কাৰণে ভালেমান বিদ্রোহী সংস্থাৰ গঠন কৰিছিল
समानार्थी : গঠন, স্থাপনা
स्थापित करा