सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ভালদৰে বুজিলৈ কোনো কথা কোৱা কার্য
उदाहरणे : আৱিষ্কাৰকৰ ব্যাখ্যা শুনি সকলো সন্তুষ্ট হʼল
समानार्थी : বাচ্য, ব্যাখ্যা
अर्थ : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য
उदाहरणे : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে
समानार्थी : উপস্থাপন, নিৰূপণ, প্রমাণ কৰা
स्थापित करा