अर्थ : প্রতিনিধি হোৱাৰ ভাৱ
उदाहरणे :
তেওঁ নিজৰ প্রতিনিধিত্বৰ দায়িত্ব ভালদৰে পালন কৰে
अर्थ : প্রতিনিধি হোৱা অৱস্থা বা ভাব
उदाहरणे :
এই সন্মিলনত ভাগ লোৱা আমাৰ সংস্থাৰ প্রতিনিধিত্ব এজন বিদ্বান লোকে কৰি আছে
अर्थ : কাৰোবাৰ ফালৰ পৰা প্রতিনিধি বা এজেণ্ট হিচাপে কাম কৰা কার্য
उदाहरणे :
মই প্রতিনিধিত্ব কৰিব নোৱাৰো
समानार्थी : এজেঞ্চি