सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পূর্বৰ ্অৱস্থাতকৈ ভাল অৱস্থা বা উচ্চ অৱস্থাৰ পিনে ধাৱমান হোৱা কার্য
उदाहरणे : ভাৰতৰ উন্নতি ভাৰতীয়সকলৰ ওপৰত নি্র্ভৰ কৰে
समानार्थी : উত্থান, উদ্গতি, উন্নতি, উন্নয়ন, বিকাশ
अर्थ : সন্মুখৰ ফালে কৰা গমন বা গতি
उदाहरणे : সেনাপতিয়ে সৈনিকসকলৰ প্রগমনৰ বিষয়ে কৈ আছিল
समानार्थी : প্রগমন
स्थापित करा