सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস
उदाहरणे :
समानार्थी : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ
अर्थ : বিভিন্ন ৰূপাত্মক জগতৰ বিকাশ সাধন কৰা সেই মূল শক্তি যাৰ ৰূপ দৃশ্য ৰূপত দেখা যায়
उदाहरणे : গছ কটাৰ কাৰণে প্রকৃতিৰ সন্তুলনত বিকাৰ ঘটিছে
समानार्थी : নি্সর্গ
अर्थ : গছ-গছনি, পশু-পক্ষী, ্ পর্বত-্পাহাৰ আদিৰে ভৰি থকা প্রাকৃতিক দৃশ্যৰ পৃথিৱী
उदाहरणे : প্রকৃতিক অখণ্ড ৰূপত ৰাখিবৰ কাৰণে মজবুট পদক্ষেপ লোৱা উচিত
समानार्थी : নি্সর্গ, ্বাহ্যজগত
अर्थ : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম
उदाहरणे : তেওঁ ্ লাজুক স্বভাৱৰ
समानार्थी : চৰিত্র, মেজাজ, স্বভাৱ, স্বৰূপ
स्थापित करा