सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এক ধৰণৰ অৱস্থা বা একে মূলৰ পৰা উৎপন্ন বস্তু, জীৱ আদিৰ এনেকুৱা বর্গ যি সেই বস্তুটোক অন্য বস্তু বা জীৱৰ পৰা পৃথক কৰে
उदाहरणे : এই বাগিছাখনত বিভিন্ন প্রকাৰৰ গোলাপ আছে
समानार्थी : কিচিম, তৰহ, ধৰণ
अर्थ : (জীৱবিজ্ঞান) কোনো জাতিত জীৱবোৰৰ এক বর্গ যি সমান বর্গবোৰৰ পৰা সাধাৰণ ৰূপত অলপ বেলেগ হয়
उदाहरणे : সূক্ষ্মজীৱবোৰৰ এটা নতুন প্রকাৰৰ খবৰ পোৱা গৈছে
समानार्थी : ফর্ম
स्थापित करा