पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পোৱালি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পোৱালি   বিশেষ্য

अर्थ : কাৰোবাৰ পুত্র বা কন্যা

उदाहरणे : মাক-দেউতাকৰ সেৱা কৰাটো সকলো সন্তানৰে পৱিত্র ্কর্তব্য

समानार्थी : অপত্য, ছা-ছলি, ছানা-পোণা, ছাহা-বাহা, ছাৱ-পুতাই, পুত্র-কন্যা, পো-জী, পো-পোৱালি, বেটা-বেটী, লʼৰা-ছোৱালী, লʼৰা-দামুৰি, লʼৰা-লুৰি, শাৱক, সতি-সন্ততি, সন্তান

अर्थ : কোনো পশুৰ সন্তান

उदाहरणे : যিকোনো পশুৰেই পোৱালি বৰ ধুনীয়া হয়

समानार्थी : শাৱক

अर्थ : কোনো জীৱ-জন্তুৰ পোৱালি

उदाहरणे : কুকুৰজনীয়ে নিজৰ পোৱালিকেইটাক গাখীৰ খুৱাই আছে

अर्थ : ঘোঁৰাৰ মতা পোৱালি

उदाहरणे : ঘোঁৰাজনীয়ে পোৱালিটোক চেলকি আছে

समानार्थी : ঘোঁৰা পোৱালি

अर्थ : ছাগলী বা ভেড়া ছাগলীৰ পোৱালি

उदाहरणे : কালি ৰাতি শিয়ালে এটা ছাগলী পোৱালি লৈ গʼল

समानार्थी : ছাগলী পোৱালি

अर्थ : কুকুৰৰ পোৱালি

उदाहरणे : কুকুৰজনীয়ে নিজৰ পোৱালিটোক গাখীৰ খুৱাই আছে

समानार्थी : কুকুৰ-পোৱালি, পোৱালি কুকুৰ

चौपाल