पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পোৱা   বিশেষ্য

अर्थ : কোনো বস্তুৰ চাৰিভাগৰ এভাগ

उदाहरणे : ইয়াৰ ওজন এপোৱা

समानार्थी : এক চতুর্থাংশ, এপোৱা, পঁচিশ শতাংশ, ২৫ শতাংশ

পোৱা   ক্ৰিয়া

अर्थ : সমান অৱস্থাত উপনীত হোৱা অৱস্থা

उदाहरणे : তুমি নিজৰ ককাইদেউৰ বিদ্বানতা কেতিয়াও নোপোৱা

अर्थ : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা

उदाहरणे : এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ

समानार्थी : লাভ কৰা

अर्थ : সুখ, দুখ আদি সহা কার্য

उदाहरणे : তেওঁ নিজৰ ্কর্মৰ ফল ভুগি আছে

समानार्थी : ভোগা

अर्थ : কোনো প্রকাৰে নিজৰ অধিকাৰলৈ অহা

उदाहरणे : মই ৰামৰ পৰা এশ টকা পালোঁ

समानार्थी : লাভ কৰা

अर्थ : উপল্্ব্ধ হোৱা

उदाहरणे : এই ঔষধি গছজোপা কেৱল হিমালয়তহে পায়

समानार्थी : পোৱা যায়

अर्थ : কোনো পদ, স্থান আদিলৈকে আহি পোৱা

उदाहरणे : নিজৰ কষ্টৰ বলত ্তেওঁ ই্মানখিনিলৈকে পালেহি

अर्थ : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা

उदाहरणे : অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি

समानार्थी : উপনীত হোৱা

अर्थ : প্রাপ্ত হোৱা বা পোৱা কার্য

उदाहरणे : তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো

समानार्थी : প্রাপ্তি ঘটা, লাভ কৰা

अर्थ : পৰি থকা বস্তু উঠোৱা

उदाहरणे : আজি মহাবিদ্যালয়ৰ প্রাংগনত মই এটা ঘড়ী পালো

अर्थ : ভেটা-ভেটি হোৱা বা সাক্ষাৎ হোৱা

उदाहरणे : আজি মই ্ শর্মাৰ ঘৰলৈ গৈছিলো, কিন্তু তেওঁক ্ লগ নাপালো

समानार्थी : ভেটা-ভেটি হোৱা, মুখা-মুখি হোৱা, লগ পোৱা, সাক্ষাৎ লাভ কৰা

अर्थ : কোনোবাই পঠোৱা বা কʼৰবাৰ পৰা অহা কোনো বস্তু প্রাপ্তি

उदाहरणे : তিনি সপ্তাহ আগতেই পঠোৱা চিঠিখন মোৰ ওচৰ এতিয়াও পোৱাহি নাই

समानार्थी : আহি পোৱা, লাভ কৰা

अर्थ : নিজৰ অধিকাৰ সাব্যস্ত কৰা

उदाहरणे : অশোকে কলিংগত জয় লাভ কৰিছিল

समानार्थी : প্রাপ্ত কৰা, লাভ কৰা

अर्थ : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল

उदाहरणे :

समानार्थी : অহা, আগমন কৰা, উপস্থিত হোৱা

अर्थ : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য

उदाहरणे : ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি

समानार्थी : উপনীত হোৱা

अर्थ : কোনো বিষয়ত কাৰোবাৰ সমান সমান কৰা

उदाहरणे : মোৰ দেউতাই মোক পঢ়াই-শুনাই ইয়ালৈকে পোৱালেহি

अर्थ : পায় যোৱা

उदाहरणे : এই কাম কৰি মই অত্যাধিক প্রসন্নতা পালো

समानार्थी : লাভ কৰা

পোৱা   বিশেষণ

अर्थ : চাৰিভাগৰ এক অংশ

उदाहरणे : তেওঁ ্দোকানৰ পৰা এক পোৱা ঘিঁউ কিনিলে

अर्थ : যিটো কোনো প্রকাৰে নিজৰ অধিকাৰলৈ আহিছে বা অনা হৈছে

उदाहरणे : তেওঁ নিজৰ পিতৃৰ দ্বাৰা প্রাপ্ত ধন গৰীবৰ মাজত ভগাই দিলে

समानार्थी : উপার্জিত, প্রাপ্ত, হস্তগত

अर्थ : নিৰ্দিষ্ট স্থানত উপনীত কৰা

उदाहरणे : পোৱা সামগ্ৰীখিনিৰ তালিকা কʼত আছে

चौपाल