अर्थ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
उदाहरणे :
এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
समानार्थी : জলা, জ্বলা, জ্বলি যোৱা, পোৰা যোৱা
अर्थ : শৰীৰৰ কোনো অংগ শুকাই যোৱাৰ কাৰণে বিষ অনুভৱ কৰা কার্য
उदाहरणे :
এমাহ ধৰি একেৰাহে ৰʼদত কাম কৰাৰ কাৰণে মোৰ শৰীৰটো পুৰি আছে
समानार्थी : চমচমোৱা
अर्थ : জ্বলন বা পোৰণ অনুভব কৰা
उदाहरणे :
মোৰ ভৰিকেইখন গৰমৰ দিনত বহুত পোৰে