पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পোনে-পোনে शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পোনে-পোনে   ক্ৰিয়া বিশেষণ

अर्थ : সম্বন্ধীয় ব্যক্তি আদিক নেদেখা ভাও জুৰি

उदाहरणे : তুমি আমাক নুসোধাকৈ পোনে-পোনে তেওঁৰ ্পৰা পইচা খুজি আনিলা!

अर्थ : মাজত অলপো নোৰোৱাকৈ

उदाहरणे : তুমি ইয়াৰ পৰা সিধা ঘৰলৈ যোৱা

समानार्थी : সিধা, সিধাই

अर्थ : নুঘূৰাকৈ

उदाहरणे : আপুনি ইয়াৰ পৰা পোনে-পোনে যাৱক আৰু ডাকবঙলাৰ পৰা বাওঁ্ফালে যাব

अर्थ : মধ্যস্থতা নোহোৱাকৈ

उदाहरणे : মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো

समानार्थी : চিধাকৈ, পোনপটীয়াকৈ

चौपाल