सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তুৰ মধ্য ভাগ
उदाहरणे : গুল্লীৰ পেটটো মোটা আৰু মূৰ দুটা জোঙা
अर्थ : ভোজন কৰা পদার্থ পেটৰ ভিতৰত একগোট হৈ থকা মোনাৰ দৰে অংশ
उदाहरणे : অধিক মছলাযুক্ত আহাৰ খালে পেটৰ গণ্ডগোল হʼব পাৰে
समानार्थी : আমাশয়, উদৰ
अर्थ : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি
उदाहरणे : মই সাতটা পেটক ভৰাব লাগে
समानार्थी : মুখ
अर्थ : প্রাণীয়ে অনুভব, ইচ্ছা, সংকল্প-বিকল্প সিদ্ধান্ত কৰিব পৰা শক্তি
उदाहरणे : মনৰ চঞ্চলতা দূৰ কৰিব পৰাটো অতি কঠিন কাম
समानार्थी : চিত্ত, মগজু, মন, মানস
अर्थ : শৰীৰৰ বুকুৰ তলৰ অংশ বা ভাগ:তিনি দিন খোৱা-বোৱা নকৰাত তেওঁৰ পেট-পিঠি সমান হৈ আছিল
उदाहरणे :
समानार्थी : উদৰ, গর্ভ, জঠৰ
अर्थ : ফুলি থকা পেটৰ আগবাঢ়ি থকা অংশ
उदाहरणे : নিয়মিত ব্যায়াম কৰিলে পেট নোলায়
समानार्थी : উদৰ
स्थापित करा