अर्थ : পূর্বৰ ্কোনো ঘটনা বা পৰিস্থিতি যাৰ আগত বা সন্মুখত কোনো বিশেষ কথা বা ঘটনা থাকে আৰু যাৰ লগত মিলালে সেই কথা বা ঘটনাৰ ৰূপ স্পষ্ট হয়
उदाहरणे :
এই ঘটনাৰ পৃষ্ঠভূমিও কʼব, তেতিয়াহে আমি কিবা বুজিব পাৰিম
अर्थ : কোনো বস্তুৰ পৃষ্ঠত বা পিছফালে থকা ভূমি বা তল
उदाहरणे :
এই চিত্রখনৰ সেউজীয়া পৃষ্ঠভূমিখনবৰ মনোমোহা হৈছে
समानार्थी : পৃষ্ঠ-ভূমি
अर्थ : কোনো ব্যক্তিৰ পূর্বৰ অনুভৱ, শিক্ষা আদি
उदाहरणे :
এই কামৰ বাবে আপোনাৰ পৃষ্ঠভূমি বৰ মজবুত
अर्थ : অংকিত দৃশ্য, ঘটনা আদিৰ এক আশ্রয় বা আধাৰ
उदाहरणे :
এই চিনেমাখন পাৰিবাৰিক পটভূমিত বনোৱা হৈছে
समानार्थी : পটভূমি, পৃষ্ঠ-ভূমি
अर्थ : মূর্তি অথবা ছবিৰ সকলোতকৈ পিছত থকা অংশ যি অংকিত দৃশ্যৰ ঘটনাৰাজি বোধ্যগম্য হোৱাত সহায়ক হয়
उदाहरणे :
এই চিত্রখনৰ পৃষ্ঠভূমি অতি সুন্দৰ হৈছে
समानार्थी : পশ্চাদপট