सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো ব্যক্তিৰ মৃত পিতৃ, মাতৃ, ককাক , আইতাক আদি পূর্বপুৰুষ
उदाहरणे : পিতৃপক্ষত পূর্বপুৰুষক তর্পণ দিয়া হয়
समानार्थी : উপৰিপুৰুষ, পূর্বজ
अर्थ : ককা, আজুককা আদি, যি পুৰণি হৈ গৈছে বা আগৰ
उदाहरणे : ৰাম, কৃষ্ণ আদি আমাৰ পূর্বজ আছিল
समानार्थी : আদিপুৰুষ, পিতৃপুৰুষ, পূর্বজ
स्थापित करा