सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সূর্য্য উদয় হোৱা দিশ
उदाहरणे : ভাৰতৰ পূৱফালে অসম ৰাজ্য অৱস্থিত
समानार्थी : ঐন্দ্র, দৃষ্ট, পূব, পূর্বাশা, পূৱ, পূৱ দিশ, প্রাচী, প্রাচ্য, ্ পুৰব
अर्थ : * নব্বৈ ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
उदाहरणे : পূব সদায় পূব দিশৰ ফালেই থাকে
समानार्थी : পূব, পূৰব, পূৱ
अर्थ : যি আগফালৰ বা সন্মুখ ফালৰ
उदाहरणे : এই বাহনখনৰ অগ্রভাগ ভাঙিল
समानार्थी : অগ্র, অগ্রিম, আগমুৱা, আগলি, আগৰ, সন্মুখস্থ, সন্মুখৰ, সন্মুখৱর্তী, ্অগ্রৱর্তী
अर्थ : যি প্রথমে কোনো পদত অধিষ্ঠিত হৈছিল, কিন্তু এতিয়া কোনো কাৰণত সেই পদত নাই
उदाहरणे : আজিৰ সভাত ভালেমান ভূতপূর্ব মন্ত্রীয়ে অংশগ্রহণ কৰিব
समानार्थी : ভূতপূর্ব, ্প্রাক্তন
स्थापित करा