सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজনে পূজা কৰে
उदाहरणे : ভগৱানৰ প্রকৃত উপাসক সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ পৰে
समानार्थी : আৰাধক, উপাসক, ভক্ত
अर्थ : মন্দিৰত দেৱতা আদিৰ পূজা কৰিবৰ কাৰণে নিযুক্ত কৰা ব্যক্তি
उदाहरणे : শ্যামৰ দেউতাক এই মন্দিৰটোৰ পূজাৰী
समानार्थी : সেৱক
अर्थ : কাৰোবাক দেৱতুল্য মানি ্তেওঁৰ ভক্তি কৰা বা তেওঁৰ পৰম মহত্ত্ব মানি চলা ব্যক্তি
उदाहरणे : তেওঁ ্গান্ধীজীৰ ভক্ত গান্ধীজী অহিংসাৰ পূজাৰী আছিল
समानार्थी : উপাসক, ভক্ত
स्थापित करा