अर्थ : পূজা কৰা
उदाहरणे :
শাওনত ভগৱান শিৱক খুব পূজা কৰা হয়
अर्थ : আৰাধনা বা উপাসনা কৰা
उदाहरणे :
গাঁৱৰ লোকসকলে নৱৰাত্রিত সময়ত গোটেই ৰাতি দেৱীৰ পূজা কৰে
अर्थ : ভক্তি অথবা শ্রদ্ধাৰে সৈতে কাৰোবাৰ সেৱা কৰা
उदाहरणे :
মই নিজ গুৰুক পূজা কৰোঁ
अर्थ : দেৱ-দেৱীক প্রসন্ন কৰিবলৈ শ্রদ্ধা, সন্মান, বিনয় আদি প্রকাশ কৰা:সন্তসকলে সদায় ভগৱানক পূজা কৰে
उदाहरणे :
समानार्थी : অর্চ্্না কৰা, আৰাধনা কৰা, উপাসনা কৰা