पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পুৰাতত্ত্ব शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পুৰাতত্ত্ব   বিশেষ্য

अर्थ : প্রধানভাৱে ইতিহাসৰ পূর্ব্্কালৰ বস্তুৰ আধাৰত পুৰণি অজ্ঞাত ইতিহাসৰ সম্ভেদ বিচৰা এক বিজ্ঞানসন্মত বিদ্যা

उदाहरणे : সীমা পুৰাতত্ত্বৰ এগৰাকী ছাত্রী

समानार्थी : পুৰাবিদ্যা, পুৰাশাস্ত্র, প্রত্ন-বিজ্ঞান

अर्थ : যি বিজ্ঞানত প্রাচীন কালৰ বস্তুবোৰৰ আধাৰত পুৰণি অজ্ঞাত ইতিহাসৰ অন্বেষণ কৰা হয়

उदाहरणे : পুৰাতত্ত্বত নিত্য নতুন অন্বেষণ হৈ আছে

समानार्थी : পুৰাতত্ত্ব বিজ্ঞান

अर्थ : প্রাচীন কালৰ কথা

उदाहरणे : পুৰা কথাই প্রাচীন কালৰ কথাৰ

समानार्थी : অতীতবৃত্তান্ত, ইতিকথা, ইতিবৃত্ত, পুৰা কথা, পুৰাখ্যান, পুৰাবৃত্ত

चौपाल