पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পুৰণিকলীয়া शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পুৰণিকলীয়া   বিশেষণ

अर्थ : যিটো প্রচলিত নহয়

उदाहरणे : তুমি সদায় অপ্রচলিত সাজ-পোছাকেই কিয় পিন্ধা ?

समानार्थी : অপ্রচলিত, অব্যৱহৃত, নচলা, পুৰাতন, প্রচলনহীন

अर्थ : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ

उदाहरणे : তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে

समानार्थी : অতীত, অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি, পুৰণি কালৰ, পুৰাতন, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া

अर्थ : পাৰ হৈ যোৱা সময়ৰ সৈতে সম্বন্ধিত

उदाहरणे : পুৰণিকলীয়া কাজিয়া-পেচালবোৰ পাহৰি আমি বন্ধুত্বৰ হাত আগবঢ়োৱা উচিত

समानार्थी : অতীত কালীন, পূর্বক্ালীন, ভূতকালীন

चौपाल