अर्थ : কোনো পদৰ প্ৰথম অংশৰ পৰা কিছুমান বাক্য তাৰ পিছৰ ভাগত অৰ্থ স্পষ্ট কৰিবৰ কাৰণে অনা কাৰ্য
उदाहरणे :
এই কবিতাটোত ভালেমান ঠাইত পুনৰাবৃত্তি হৈছে
अर्थ : বাৰে-বাৰে কৰা কোনো কামৰ অভ্যাস
उदाहरणे :
এই বাক্যত ৰাম শ্্ব্দৰ পুনৰাবৃত্তি তিনিবাৰ হৈছে
समानार्थी : আবৃত্তি
अर्थ : কোনো স্থানত কোনো নিয়ম বাৰে-বাৰে লগোৱা কার্য
उदाहरणे :
ইয়াৰ পুনৰাবৃত্তি আৱশ্যক নহয়
अर्थ : কাৰোবাক কোৱা কোনো কথা পুনৰ দোহৰা কাৰ্য
उदाहरणे :
মাকৰ মুখৰ পৰা শিশুৰ পুনৰাবৃত্তি শুনি তেওঁ হাঁহি দিলে
समानार्थी : পুনৰকথন