सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মৃত্যু ঘটাৰ পিছত পুনৰ আন শৰীৰৰ ৰূপত জন্ম গ্রহণ কৰা কার্য
उदाहरणे : ধর্মীয় মত অনুসৰি যিজন ব্যক্তিয়ে মোক্ষ লাভ কৰে তেওঁৰ পুনৰ-জনম নহয়
समानार्थी : পুনর্জীৱন, পুনৰ-জনম, পুনৰ-জীৱন, পুনৰজন্ম
अर्थ : আত্মাই এটা শৰীৰ ত্যাগ কৰি আন এটা শৰীৰত প্রৱেশ কৰা কার্য
उदाहरणे : হিন্দুৱে পুনর্জন্মত বিশ্বাস কৰে
समानार्थी : ্দেহান্তৰ
स्थापित करा