पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পুতলা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পুতলা   বিশেষ্য

अर्थ : সৰু লʼৰা-ছোৱালীয় খেলিবৰ কাৰণে কাপোৰ প্লাষ্টিক আদিৰে মানুহৰ আকৃতিৰ নিচিনাকৈ সজা খেলা সামগ্রী

उदाहरणे : শিশুৱে পুতলা লৈ খেলি আছে

समानार्थी : পুতলি, পুত্তলিকা

अर्थ : খেলাৰ কাৰণে বনোৱা বস্তু

उदाहरणे : লʼৰা-ছোৱালীবোৰে পুতলাৰে খেলি আছে

समानार्थी : ক্রীড়নক, খেলনা

अर्थ : লʼৰা-ছোৱালীয়ে খেলিবৰ কাৰণে সাজি লোৱা কাপোৰ, কাগজ আদিৰ বস্তু

उदाहरणे : দেউতাই পৱনৰ কাৰণে এটা পুতলা কিনিলে

समानार्थी : খেলনা

अर्थ : কাঠ, খেৰ, কাপোৰ আদিৰে বনোৱা মানুহ আকৃতিৰ বস্তু বিশেষ

उदाहरणे : দছেৰাৰ দিনা ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়

समानार्थी : পুত্তলিকা

चौपाल