सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : উত্তম আচৰণৰ ফলস্বৰূপে পোৱা সুপৰিণাম
उदाहरणे : আপোনাৰ নিচিনা পৰোপকাৰী ব্যক্তিয়ে বহুত পুণ্য অর্জন কৰিব
अर्थ : যি ্ কর্মৰদ্ব্াৰা মন সন্তোষিত হয় বা স্বর্গল্াভ হʼব বুলি বিশ্বাস কৰা যায়
उदाहरणे : দুখীয়ালোকৰ সেৱা কৰাই সকলোতকৈ ডাঙৰ ধর্ম
समानार्थी : ধর্ম, ধর্মকর্ম, ধৰম, পুণ্যকর্ম
अर्थ : যিটো শুভ বা ভাল হয়
उदाहरणे : শুভ কার্য আৰম্ভ কৰোঁতে পলম কৰিব নালাগে
समानार्थी : মাংগলিক, শুভ
अर्थ : যি ্ধর্ম অনুসৰি শুদ্ধ বা মহত্ত্বপূর্ণ
उदाहरणे : কাশী এখন পৱিত্র ঠাই
समानार्थी : নি্র্মল, পূত, পৱিত্র, শুদ্ধ, সাত্ত্বিক
स्थापित करा