सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সৰু আকাৰৰ জলাধাৰ বা খাল
उदाहरणे : তেওঁ পুখুৰীত মাছ মাৰি আছে
समानार्थी : ক্ষুদ্র সৰোবৰ, পুষ্কৰিনী
अर्थ : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
उदाहरणे : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
समानार्थी : খাল, জলাশয়, নাদ পুষ্কৰিণী, সৰসী, সৰোবৰ, হ্রদ
स्थापित करा