सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি দুখ বা কষ্ট পাইছে
उदाहरणे : দুখী মানুহেহে আনৰ দুখৰ উপলব্ধি কৰিব পাৰে
समानार्थी : দুঃখী, দুখী, ব্যথিত, ্আর্ত
अर्थ : যিয়ে কোনো ধৰণৰ ব্যথা বা কষ্ট পাই আছে
उदाहरणे : বান পীড়িত লোকসকলক সোনকালেই সাহায্য প্রদান কৰা হʼব
समानार्थी : গ্রস্ত, ব্যথিত
अर्थ : যাক পীড়া বা কষ্ট দিয়া হৈছে
उदाहरणे : পুলিচৰ দ্বাৰা উৎপীড়িত ব্যক্তিয়েনো নিজৰ অভিযোগ কাক কৰিব
समानार्थी : উৎপীড়িত
स्थापित करा