सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু পিচিব পৰা শিলৰ বা লোহাৰ টুকুৰা
उदाहरणे : কবিৰাজে খুন্দনাত কিছুমান ঔষধ পিচি আছে
समानार्थी : খুন্দনা, পটা
अर्थ : পিচিব বা গুৰি কৰিব পৰা বস্তু
उदाहरणे : ৰামুৱে পিচিবৰ কাৰণে পিহনাখন বস্তাত ভৰাই আছে
समानार्थी : পটা
स्थापित करा