सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পিছত ৰৈ যোৱা
उदाहरणे : অসুখৰ কাৰণে গৌৰৱ পঢ়াত বহুত পিছ পৰিল
समानार्थी : পিছুওৱা
अर्थ : কাৰোবাৰ পিছে পিছে যোৱা ব্যক্তি বা যি পিছত আছে
उदाहरणे : দৌৰত পিছ পৰা লʼৰাবোৰক গালি পাৰিলে
समानार्थी : পশ্চাদগামী, পশ্চাদৱর্ত্তী
अर्थ : কোনো গুণ আদিত অলপ পিছ পৰা
उदाहरणे : ৰাম পঢ়াত শ্যামতকৈ পিছ পৰা
स्थापित करा